বিজেপি,কংগ্ৰেছ আৰু অগপ তিনিওটা ৰাজনৈতিক দলৰ বাবেই এইবাৰৰ পঞ্চায়তত নিবাচন হৈছে সন্মান ৰখাৰ শেষ যুজঁ। মূখ্যমন্ত্ৰীৰ পৰা নেতা পালি নেতা সকলো ব্যস্ত নিবাচনী প্ৰচাৰত।ইয়াৰ সন্মান্তৰালকৈ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমস্থি বঢ়মপুৰত বিজেপি দলৰ হৈ অসম পাঠ্যপুথি নিগমৰ উপাধক্ষ্য জিতু গোস্বামীয়ে প্ৰচাৰ চলায় কয় যে হাতীক এইবাৰ পাহাৰলৈ খেদি পঠাবলৈ সংকল্প লৈছে বঢ়মপুৰ ভোটাৰ ৰাইজে ।
Adil Shah report, Nagaon.