অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ সমৰ্থকে আজি মুক্ত মনে খেলিলে ক্ৰিকেট। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আহ্বান কৰা অসম বন্ধৰ সন্দৰ্ভত আছু নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে নিজৰ মত আৰু স্পষ্ট স্থিতি।

গুৱাহাটীৰ পৰা শ্বাহ আলমৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam