আভোষণৰ উদ্যোগত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অলংকাৰীৰ প্ৰদৰ্শনী

আভোষণৰ উদ্যোগত অসমৰ লগতে  উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা  অলংকাৰীৰ  প্ৰদৰ্শনী

শুক্ৰবাৰৰ পৰা ভিভাণ্টা ৱাই তাজত ভাৰতৰ জনপ্ৰিয় জুৱেলাৰী বেণ্ড আভোষণে ( ABHUSHAN) অসমত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অলংকাৰ সমূহৰ প্ৰদৰ্শনীৰ বাবে এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে ।
ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ চেয়াৰমেন ৰাজীৱ সিং,
অসমৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে গুৱাহাটীৰ ভালেকেইটা জুৱেলাৰীৰ স্বত্তাধীকাৰী সকল উপস্থিত থাকি আনুষ্ঠানৰ শুভাৰম্ভণি কৰে ।

দীপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.