Month: December 2018
A massive fire broke out in the forest near Sanjay Gandhi National Park in Mumbai’s Goregaon suburb on Monday evening, officials said. The blaze was seen on one of the forested hills in Habalpada, near the famed Film City and quickly spread over four kilometers. It could be seen from
দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব জুৰিয়া তেলিয়া বেবেজীয়া ৰাইজে ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত এইবাৰ কাৰ হাতলৈ যাব তাক লৈ সকলোৰে মাজত চলিছে চিন্তা চৰ্চা ৷ জুৰিয়াৰ একমাত্ৰ অসমীয়া গাওঁ খনত কোনে মাৰিব শেষ হাঁহি ৷ বিজেপি আৰু অগপৰ মাজৰ যুজ খনে বাৰুকৈয়ে
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৭০ টা জাতীয় সংগঠনৰ সহযোগত ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি ৰূপায়ন কৰা হয় জোৰ সমদলৰ। গুৱাহাটী মহানগৰীতো , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰা হয় এই কাৰ্য্যসূচী। গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ। মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অসম গণ পৰিষদে অন্তিম দিনা বৃহত্তৰ সমদলে নিৰ্বাচনী প্ৰচাৰ কৰে। এই নিৰ্বাচনী প্ৰচাৰত গাওঁৰ জেষ্ঠব্যক্তিসকলকে ধৰি যুবক -যুবতী সকলোৱে অংশগ্ৰহণ কৰে । অগপ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। সভানেত্ৰী পদত প্ৰতিদন্দিতা কৰিছে