▶ Check out my gear on Kit: https://kit.com/guwahatitimes6 পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন। সমগ্ৰ ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে জুৰীয়াত হেলিকপ্টাৰৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বদৰুদ্দিন আজমলে । সংখ্যালঘু অধ্যুষিত জুৰিয়াত আজমলে বাংলাদেশী মূর্দাবাদ ধ্বনিৰে চলালে নিৰ্বাচনী প্ৰচাৰ। সভাত বদৰুদ্দিন আজমলে অগপ ক কটাক্ষ কৰি
Month: December 2018
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত জোঁৰ সমদল । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া উত্তাল হৈ পৰে নগাঁও জিলা । জিলাখনৰ নগাঁও চহৰ আৰু ৰাইদঙ্গীয়াত AJYCP য়ে জোঁৰ সমদল বাহিৰ কৰাৰ বিপৰীতে কৃষ্ণাইখাট অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। দৰং জিলাৰ নামখালাত দলীয় সমৰ্থকলৈ অগপ দলে আজি বিশাল সমদল উলিয়াই শক্তি প্ৰদৰ্শন কৰে। উল্লেখ যে অহা ৫ ডিচেম্বৰ ত জিলা খনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব। Sah Alam report, Guwahati Times.
নগাঁও সদৰ সমষ্টিৰ উজৰা গাঁৱত দুৰ্বৃত্তই ভাঙিলে অগপ দলৰ নিৰ্বাচনী কাৰ্যালয় ৷ পাখিমৰীয়া গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত থকা অগপ কাৰ্যালয়টোৰ আচবাব ভাঙি আৰু বেনাৰ-পোষ্টাৰ ফালি ক্ষতিসাধন কৰে ৷ অগপৰ নিৰ্বাচনী কাৰ্যালয় দুৰ্বৃত্তই ভাঙি পেলোৱাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰ্যালয়টো ভাঙি পেলোৱা কাৰ্যত বিজেপি দলৰ নেতা-কৰ্মী জৰিত থকাৰ সন্দেহ কৰিছে অগপই
বিজেপি,কংগ্ৰেছ আৰু অগপ তিনিওটা ৰাজনৈতিক দলৰ বাবেই এইবাৰৰ পঞ্চায়তত নিবাচন হৈছে সন্মান ৰখাৰ শেষ যুজঁ। মূখ্যমন্ত্ৰীৰ পৰা নেতা পালি নেতা সকলো ব্যস্ত নিবাচনী প্ৰচাৰত।ইয়াৰ সন্মান্তৰালকৈ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমস্থি বঢ়মপুৰত বিজেপি দলৰ হৈ অসম পাঠ্যপুথি নিগমৰ উপাধক্ষ্য জিতু গোস্বামীয়ে প্ৰচাৰ চলায় কয় যে হাতীক এইবাৰ পাহাৰলৈ খেদি পঠাবলৈ