মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হয়। হোটেলৰ ৰান্ধনীশালৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে চেষ্টা চলাই নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ ।ঘটনাত কোনো লোক
Month: December 2018
Click to watch video. অভি-নীলৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ অভিযুক্ত ৪৭ জন বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ আন কেইবাটাও ধাৰাৰ লগতে ৩০২ আৰু ১৪৯ ধাৰা আৰোপ কৰে আদালতে ৷ এতিয়াৰ পৰা পূৰ্ণাংগ ৰূপত চলিব অভি-নীল হত্যাকাণ্ডৰ গোচৰ ৷ অহা ৫ জানুৱাৰীত প্ৰথম সাক্ষীৰ দিন ধাৰ্য কৰিছে আদালতে
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে ৷ পিছ পৰি ৰোৱা নাই ৰূপহীহাটৰ প্ৰাৰ্থী সকলো ৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়তত প্ৰাৰ্থী দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰাক লৈ অংকত খেলিমেলি সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত ৷ নিৰ্বাচনৰ
ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কঠালগুৰিত ইন্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ হয় গ্ৰেণেড। ৰঙিয়াৰ পৰা ডেকাৰগাঁওলৈ আহি থকা ইন্টাৰচিটি এক্সপ্ৰেছত সন্ধিয়া প্ৰায় ৭ বাজি ৩০ মিনিটত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণটো। এই গ্ৰেণেড বিস্ফোৰণত প্ৰায় ১০ জন লোক আহত হয়। এই অমানবীয় বিস্ফোৰণ কাণ্ডৰ লগত কোন জড়িত হৈ আছে সেই কথা এতিয়ালৈ
নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধিং ডুমডুমাৰ প্ৰাক্তন আলফা ভাস্কৰ বৰাৰ লগতে পলাশনিৰ নৰেন গোঁহাইক ৷ যোৱা ২৮ নবেম্বৰত আলফাৰ প্ৰতিবাদ দিৱসত নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁও খেল পথাৰত আলফা (স্বাধীন)ৰ তিনিখনকৈ পতাকা উৰাইছিল অজ্ঞাত লোকে ৷