||VIDEO|| Dokmoka Lynching : Framing Of Charges Against Accused Today

||VIDEO|| Dokmoka Lynching : Framing Of Charges Against Accused Today

Click to watch video.

 

অভি-নীলৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ অভিযুক্ত ৪৭ জন বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ আন কেইবাটাও ধাৰাৰ লগতে ৩০২ আৰু ১৪৯ ধাৰা আৰোপ কৰে আদালতে ৷ এতিয়াৰ পৰা পূৰ্ণাংগ ৰূপত চলিব অভি-নীল হত্যাকাণ্ডৰ গোচৰ ৷ অহা ৫ জানুৱাৰীত প্ৰথম সাক্ষীৰ দিন ধাৰ্য কৰিছে আদালতে ৷ যোৱা ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল অভি-নীলৰ হত্যাকাণ্ড ৷

Adil Shah report, Guwahati Times Media.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.