অসম জ্বলিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ক লৈ সমগ্ৰ অসম ত উত্তপ্ত পৰিস্থিতি হৈ থকাৰ সন্ধিক্ষণতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব। নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড় বিমানবন্দৰ ত উপস্থিত হব সিং। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ পুৱা অৰুণাচল প্ৰদেশ ভ্ৰমন কৰিব তেওঁ। বিয়লিভাগত ডিগবৈ ৰ এক অনুষ্ঠানতো অংশ লব গৃহমন্ত্ৰী
Year: 2019
অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।
সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০ সংগঠনৰ দ্বাৰা আহ্বায়িত অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। অসম বন্ধত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। সদা ব্যস্ত গুৱাহাটী মহানগৰীতো পৰিছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ সমৰ্থকে আজি মুক্ত মনে খেলিলে ক্ৰিকেট। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ
কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণৰ জনমতক প্ৰত্যাখান কৰি বলপূৰ্বক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী-২০১৬ বিধেয়কখন জাপি দিব বিচৰা কাৰ্যৰ বিৰোদ্ধে প্ৰতিবাদ কৰি আছুকে ধৰি ৩০টা সংগঠনে যৌথভাৱে আহ্বান জনোৱা অসম বন্ধ বকলীয়াঘাটত সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা গল ৷ এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷ ৰাতিপুৱাৰ পৰা দোকান-পোহাৰ সমূহ বন্ধ দেখিবলৈ
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত পৰিছে সমগ্ৰ ৰাজ্যতে ।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি ৰাজপথত প্ৰতিবাদ কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে। লগে লগে প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে বিধায়কগৰাকীক ।বৰ্তমান হাইলাকান্দি আৰক্ষী থানাত