Month: January 2020

Guwahati To Get Bus Stops At Every 750 Metres

Guwahati To Get Bus Stops At Every 750 Metres

To improve the public transport system in Guwahati, the Kamrup (M) district administration is planning to reduce the distance between city bus stops. In a meeting of the Regional Transport Authority (RTA) of the district on Monday, Deputy Commissioner (DC) Biswajit Pegu said that as per the Gauhati High Court

নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

BREAKING: NAGAON: 👉ধৃত মাফিয়া দুটাৰ নাম হৈছে আব্দুল হানিফ আৰু আতাবুৰ ৰহমান । 👉ধৃত আতাবুৰৰ ঘৰ মৰিগাঁৱত আৰু আব্দুল হানিফৰ ঘৰ ত্ৰিপুৰাত ৷ 👉ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ আনি আছিল হেৰ’ইনখিনি । 👉এখন ৱাগনাৰ গাড়ীও জব্দ । 👉জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য ১১ ৰ পৰা ১৫ লাখ টকা 👉জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS21G

৮ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান :কেইবাটাও সংগঠনে জনাইছে বন্ধৰ আহ্বান ৷

৮ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান :কেইবাটাও সংগঠনে জনাইছে বন্ধৰ আহ্বান ৷

শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত অহা ৮ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব কেন্দ্রীয় ট্রেড ইউনিয়নৰ সন্মিলিত মঞ্চই৷

MoU signed to digitise Bodo language, E-thunlai app to be launched

MoU signed to digitise Bodo language, E-thunlai app to be launched

The Bodo Sahitya Sabha today signed an MoU with ASCOSYS, an organisation working in information technology, for a project to digitise the Bodo language. The MoU was signed in the presence of Sabha president Taren Boro, general secretary Prasanta Boro, Vice Chancellor of CMJ University, Meghalaya Pranhari Talukdar, director ASCOSYS