Month: February 2020

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই ।

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই ।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আজি মৃত্যু হয় বিশিষ্ট প্ৰযোজকগৰাকীৰ । জনপ্ৰিয় অসমীয়া ছবি ‘মা তুমি অনন্যা’, ‘জোনদা ইমান গুণ্ডা’, ‘চুৰেন চোৰৰ পুতেক’, ‘অন্তহীন যাত্ৰা’ ছবিকেইখন প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে । যোৱা ১৪ ফেব্ৰুৱাৰীত নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল প্ৰযোজকগৰাকীক । আজি পুৱা ৫.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি