Month: June 2020

ডবকাত নিজ ঘৰতেই দলবদ্ধ বলাৎকাৰৰ পাছত কিশোৰীক নিৰ্মমভাৱে হত্যা

ডবকাত নিজ ঘৰতেই দলবদ্ধ বলাৎকাৰৰ পাছত কিশোৰীক নিৰ্মমভাৱে হত্যা

গুৱাহাটী: লকডাউনৰ মাজতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰিলে একেগাঁৱৰে কেইজনমান যুৱকে। মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। কিন্তু বুধবাৰেহে পোহৰলৈ আহে এই কাণ্ডৰ সবিশেষ। ঘটনাৰ বিৱৰণিৰ মতে, নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে কেইজনমান যুৱকে প্ৰৱেশ কৰিছিল কিশোৰীগৰাকীৰ

গুৱাহাটী: দোকান-পোহাৰ খোলা-বন্ধ সন্দৰ্ভত প্ৰশাসনে কোনো নিয়মৰ সাল-সলনি কৰা নাই !

গুৱাহাটী: দোকান-পোহাৰ খোলা-বন্ধ সন্দৰ্ভত প্ৰশাসনে কোনো নিয়মৰ সাল-সলনি কৰা নাই !

গুৱাহাটী: গুৱাহাটী মহানগৰীত দোকান-পোহাৰ খোলা আৰু বন্ধ ৰখা সন্দৰ্ভত প্ৰশাসনে কোনো নিয়মৰ সাল-সলনি কৰা নাই। নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ পূৰ্বৰ দৰে অব্যাহত আছে CURFEW। ছ’চিয়েল মিডিয়া আৰু একাংশ সংবাদমাধ্যমত প্ৰকাশ পাইছিল সময়সীমা আৰু নিয়ম সাল-সলনিৰ বাতৰি। “গুৱাহাটী চেম্বাৰ অফ কমাৰ্চ ৰ এইটো নিজা সিদ্ধান্ত । কোনোবাই কৈছে

মঙলদৈত দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না।

মঙলদৈত দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না।

গুৱাহাটী: মঙলদৈত হোম কোৱাৰেণ্টীন শেষ কৰা দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না। চেন্নাইৰ পৰা ৰে’লৰে আহি ১২জুনলৈ কোৱাৰেণ্টীনত আছিল যুৱক দুজন। ১৩ জুনত দুয়ো ওলাই গৈছিল বজাৰ কৰিবলৈ। মঙলদৈৰ এটা ATMৰ পৰা উলিয়াইছিল ধন। ১৪জুনত শহুৰৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল এজন যুৱকে। সেই দিনাই দুয়োজনৰে SWAB পৰীক্ষাৰ ফলাফল অহাত