বাছ কণ্ডাক্টৰৰ নিকৃষ্ট কাণ্ড। দুগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থান কৰি টকাৰ লোভত আপলোড কৰিলে পৰ্ণ চাইটত। মহাৰাষ্ট্ৰৰ পলঘৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বাছ কণ্ডাক্টৰজনক। থানে মিউনিচিপাল ট্ৰেন্সপৰ্টৰ অধীনৰ বাছ কণ্ডাক্টৰ জনৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। মহিলা দুগৰাকীক চাকৰিৰ লোভ দেখুওৱা হৈছিলঃ আৰক্ষীয়ে জনোৱা
Year: 2020
দক্ষিণ দিল্লীৰ মালব্য নগৰ এলেকাৰ এজনী বিবাহিতা মহিলালৈ অশ্লীল ভিডিঅ, ফটো প্ৰেৰণ কৰি সোমবাৰে তিহাৰ জেলত সোমাবলগীয়া হল অসমৰ দৰং জিলাৰ চন্দন নাথ নামৰ যুৱক। যুৱক জনক ৩ দিন পূৰ্বে মঙলদৈৰ পৰা কৰায়ত্ব কৰি লৈ যোৱাৰ পাছতহে পোহৰলৈ আহে সকলো তথ্য। ইতিমধ্যে আজি দিল্লীৰ পাচ হাজাৰী আদালতত হাজিৰ কৰোৱাৰ পাছত
কংগ্ৰেছে মুছলমানক বাংলাদেশীৰ চোলা পিন্ধাই থৈ যোৱাৰ পিছত বিজেপিয়ে বাংলাদেশী মুছলমানৰ নাম লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰে- এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক তথা শদিয়াৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ। নগাঁও জিলাৰ বটদ্ৰৱাৰ ডুমডুমীয়াত সোমবাৰে অসম জাতীয় পৰিষদৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত অসম জাতীয় পৰিষদৰ মুখ্য
GUWAHATI: Moderate earthquake shook parts of Assam including Guwahati at around 1:13 AM on Tuesday. More details awaited.
বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল। দৰা ব্যৱসায়ী, ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলু। বিয়াত গোলাপী ৰঙৰ পোছাকেৰে সকলোৰে দৃষ্টি কাঢ়িছিল কাজল–গৌতমে। Pic: Instagram তামিল আৰু হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী কাজলৰ বিয়াৰ কথা কেইবামাহ ধৰি শুনা গৈছিল। অৱশেষত প্ৰায় এমাহ পূৰ্বে এই খবৰ জনাইছিল অভিনেত্ৰীগৰাকীয়ে। Pic: Instagram শুকুৰবাৰে অৰ্থাৎ ৩০ অক্টোবৰত মুম্বাইৰ