Year: 2020

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

 সদৌ অসম মটৰ পৰিবহণ সন্থাই দুগুণ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত যোৱা ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কার্যসূচীব প্রত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ চিটীবাছ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি ১০০ শতাংশ যাত্রী কঢ়িয়াই চিটীবাছসমূহ চলাচল

বিধায়ক ৰাজদীপ গোৱালাক কংগ্রেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ

বিধায়ক ৰাজদীপ গোৱালাক কংগ্রেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ

দল বিৰোধী কাৰ্য্যকলাপত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ দলৰ পৰা বহিস্কৃত হ’ল বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথ। ছয় বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল বৰাকৰ দুয়োগৰাকী কংগ্ৰেছৰ নেতা। ৰাজদ্বীপ গোৱালা হ’ল লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক। আনহাতে ৰুমী নাথ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা। ত্ৰয়োদশ বিধান সভাত উপনিৰ্বাচনৰ জৰিয়তে বিধায়ক

ঘন জংঘলৰ মাজত এইগৰাকী সুন্দৰীয়ে কৰিলে এই কাম! ছচিয়েল মিডিয়াত এতিয়া ধুমুহাৰ গতিত ভাইৰেল

ঘন জংঘলৰ মাজত এইগৰাকী সুন্দৰীয়ে কৰিলে এই কাম! ছচিয়েল মিডিয়াত এতিয়া ধুমুহাৰ গতিত ভাইৰেল

একতা কাপুৰৰ ড্ৰামা নাগিন ৫ ফেমৰ সুৰভি চন্দনা এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নাগিন ৫ত অভিনয় কৰাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীৰ ফলোৱাৰছৰ সংখ্যা ক্ৰমাত্‍ বৃদ্ধি পাইছে। সম্প্ৰতি অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। (Photo Credit: instagram/@officialsurbhic). ঘন জংঘলৰ মাজত অভিনেত্ৰী সুৰভি চন্দনাৰ বিশেষ ফটো

৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্রতিবেদন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দর্ভত গঠন কৰা মন্ত্রীগোটে অহা ৩০ অক্টোবৰৰ ভিতৰত কেন্দ্রীয় চৰকাৰক দাখিল কৰিব প্রতিবেদন৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে মন্ত্রীগোটৰ  অধ্যক্ষ তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ছয় জনগোষ্ঠীৰ বিভিন্ন দল–সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্রী ড০ শর্মাই কয়– ‘আজি সমগ্র