দৰং, 25 জুন : কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিলে দৰঙৰ ময়ুৰীকা ডেকাই ৷ মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিৰ পৰা ময়ুৰীকা ডেকাই স্থান লাভ কৰিবলৈ সক্ষম হয় । কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা ৷ মুঠ 473 নম্বৰ লাভ কৰিছে ময়ুৰীকাই ৷
Year: 2020
টীয়ক, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে যোৰহাট টীয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷ অংকুৰৰ ঘৰৰ টীয়কৰ দ-গুৱাল গাঁৱত ৷ অংকুৰৰ দেউতাক পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ
হোজাই,25 জুনঃ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে হোজাই মৰিয়ম আজমল ৱমেন্স কলেজৰ ছাত্ৰী চাইমাই ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত দ্বিতীয় স্থান লাভ কৰা চাইমাই লাভ কৰিছে মুঠ 477 নম্বৰ ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত হোজাইৰ মৰিয়ম আজমল ৱমেন্স কলেজৰ চাইমাই ৰাজ্যৰ
Sonu Nigam has alleged Bhushan Kumar of maligning his name for speaking out against favouritism in the music industry, resulting in a sharp rejoinder from the music mogul’s wife Divya Khosla Kumar who appeared to challenge the singer by saying, “the war is on.” Divya Khosla Kumar has responded to
শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত অষ্টম স্থান দখল মেঘা মজুমদাৰৰ ৷ শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মেঘা ৷ শিৱসাগৰ নগৰৰ বাবুপট্টিত বাস কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ৷ পিতৃ দিলীপ