Year: 2020

বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা

বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা

বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন । ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণৰ আৰু ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত । ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । ১৯ মাৰ্চত মনোনয়ন পৰীক্ষা কৰাৰ পাচতেই ২১ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন বুলি জানিব দিয়ে নিৰ্বাচন আয়োগে

Yaoshang Festival gets under way in Manipur

Yaoshang Festival gets under way in Manipur

IMPHAL, March 11 – The people of Manipur have been celebrating Yaoshang with the ritual burning of ‘yaoshang’, a structure made of straw and bamboo, since last evening. The five-day festival celebrates the victory of good over evil, and also the triumph of devotion. It usually begins on a full