Month: January 2021

৫ ফেব্ৰুৱাৰীত সৰুসজাইত নিযুক্তি দিয়া হ’ব ৩০ হাজাৰ শিক্ষককঃ হিমন্ত বিশ্ব শৰ্মা

৫ ফেব্ৰুৱাৰীত সৰুসজাইত নিযুক্তি দিয়া হ’ব ৩০ হাজাৰ শিক্ষককঃ হিমন্ত বিশ্ব শৰ্মা

আজি গুৱাহাটীত শিক্ষকক নিযুক্তি–পত্র প্রদান কৰা অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰে এক সুখবৰ। মন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “অহামাহৰ ৫ তাৰিখে সৰুসজাই ফিল্ডত নতুন নিযুক্তি আৰু প্ৰাদেশিকৰণ কৰি ৩০ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ২০১৩ চনত টেট শিক্ষকক ২৫

জাগীৰোডত আৰম্ভ ট্রাইবেল সংঘৰ অধিৱেশন

জাগীৰোডত আৰম্ভ ট্রাইবেল সংঘৰ অধিৱেশন

শুকুৰবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কার্যসূচীৰে জাগীৰোডৰ নেলী–মকৰীয়া সমন্বয় ক্ষেত্রত আৰম্ভ হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮সংখ্যক ত্রিবার্ষিক সাধাৰণ অধিৱেশন৷ এই লৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক প্রতিনিধিৰ উপস্থিতিত অধিৱেশনৰ প্রথম দিনা মকৰীয়াৰ গিৰিধৰ পাটৰ সোঁৱৰণী সমন্বয় ক্ষেত্র হৈ পৰে উখল–মাখল৷ অধিৱেশনৰ প্রথম কার্যসূচী হিচাপে আজি মূল তোৰণ উদ্বোধন কৰে

বিগত বর্ষত ৬৯৯টা পথ দুর্ঘটনাত মহানগৰীত ২১৫জনৰ মৃত্যু

বিগত বর্ষত ৬৯৯টা পথ দুর্ঘটনাত মহানগৰীত ২১৫জনৰ মৃত্যু

পথ দুর্ঘটনা ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ৰাষ্ট্রীয় পথ সুৰক্ষা মাহকে ধৰি বিভিন্ন সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গুৱাহাটী মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা নাই৷ যান–বাহন আইন উলংঘাৰে চালকে মহানগৰীৰ ৰাজপথত চলোৱা দৌৰাত্ম্যৰ বাবে দিনকদিনে পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে বিগত বর্ষত প্রায়

ব্যৱসায়ী সুৰেশ পৃথানীৰ দিল্লী–গুৱাহাটীৰ বাসগৃহত তালাচী

ব্যৱসায়ী সুৰেশ পৃথানীৰ দিল্লী–গুৱাহাটীৰ বাসগৃহত তালাচী

উপার্জন আৰু কৰ আদায়ৰ মাজত ব্যাপক তাৰতম্য থকা অসমৰ কেইবাগৰাকীও ধনকুবেৰৰ ওপৰত আয়কৰ বিভাগৰ শেনচকু পৰিছে৷ শুকুৰবাৰে বিভাগটোৰ কেইবাটাও দলে ৰাজ্যৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী সুৰেশ পৃথানীৰ লগতে আন কেইবাগৰাকীও ঠিকাদাৰ, ব্যৱসায়ীৰ সাম্রাজ্যত দিনজোৰা অভিযান চলায়৷ পুৱা প্রায় ৮ বজাতে আয়কৰ বিভাগৰ এটা দল প্রৱেশ কৰে সুৰেশ পৃথানীৰ প্রতিষ্ঠান ব্রহ্মপুত্র কনছটিয়ামৰ

৩-ইডিয়টছ ছবিৰ ফুনচুখ ৱাংডু নহয়, বাস্তৱৰ সোনম ৱাংচুক আহি আছে অসমলৈ…

৩-ইডিয়টছ ছবিৰ ফুনচুখ ৱাংডু নহয়, বাস্তৱৰ সোনম ৱাংচুক আহি আছে অসমলৈ…

অসমলৈ আহি আছে সোনম ৱাংচুক। আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ৩ ইডিয়টৰ ৰাঞ্চো ওৰফে ফুনচুখ ৱাংডু চৰিত্ৰটোৰ নেপথ্যত থকা বাস্তৱ চৰিত্ৰ সোনম ৱাংচুক আহিব অসমলৈ। বিটিআৰৰ অন্যতম শাসকীয় দল ইউ পি পি এলৰ আমন্ত্ৰণ ক্ৰমে অঞ্চলটোত দুদিনীয়া কাৰ্যসূচী লৈ আহিব ৱাংচুক। লাডাখৰ লেহ উপত্যকাৰ এগৰাকী সমাজকৰ্মী, শিক্ষা সংস্কাৰবিদ, উদ্ভাৱক সোনম