সমষ্টিয়ে সমষ্টিয়ে ‘মিছ কল’ৰ জৰিয়তে অগপৰ সদস্যভৰ্তি অভিযান। সোমবাৰে কলিয়াবৰত মিছ কলৰ জৰিয়তে সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণী কৰা হয়। অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্তৰ নেতৃত্বত তথ্য-প্ৰযুক্তিৰ সহায়ত অগপৰ এই বিশেষ অভিযান অভিযান। পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ।
Month: January 2021
বিচৰা খাদ্য সময়ত নোপোৱাত ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি NSUIৰ ৫সদস্যই যোৱা ৩০ ডিচেম্বৰৰ নিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক। নিশা বাৰত সুৰাপান কৰি প্ৰায় ১১ মান বজাত মহানগৰীৰ আগশাৰীৰ হোটেল পেলেচিঅ’ত থকা লিগেচী ৰেষ্টুৰেণ্টত ৰোল খাবলৈ সোমাইছিল ৫ জনীয়া দলটো৷ নেতৃত্বত আছিল কিষাণু শৰ্মা নামৰ যুৱকজন৷ খাদ্য দিয়াত কিছু পলম
ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা
ৰাজ্যত আকৌ ৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১০জন কামৰূপ মেট্ৰ’ৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৩৪০জনলৈ পাইছে বৃদ্ধি। দেওবাৰে অসমত সুস্থ হৈছে ৬৭জন লোক। সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ২১২১৯৬জনলৈ পাইছে বৃদ্ধি। আনহাতে, দেওবাৰে ৰাজ্যত মৃত্যু হয় ২জন লোকৰ। বৰ্তমানলৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৪জনলৈ বৃদ্ধি
Kolkata: British actress Banita Sandhu, who is in the city to shoot for a movie, tested positive for COVID-19 on Monday and was admitted to a private hospital after she refused to be treated in a government facility, health department sources said. Sandhu, who was shooting for ‘Kavita & Teresa’,