A 29-year-old boy identified as Mingma Sanjay Tamang was arrested under the POCSO Act (The Protection of Children from Sexual Offence) by Sikkim Police for sexually assaulting a 4-year-old girl on Saturday(April 17). The incident came to light when the girl shared the incident with her mother. The minor girl
Month: April 2021
অসমত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। পূৰ্বতকৈ জটিল হৈছে ক’ভিড পৰিস্থিতি। শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি গুৱাহাটী মেডিকেল কলেজত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত বৰ্তমান ৪,০৬৯ জন লোক আক্ৰান্ত হৈ চিকিৎসাধিন হৈ আছে। শুকুৰবাৰে ৫৭৩ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। আক্ৰান্তসকলৰ ভিতৰত বেছি সংখ্যকেই
বাপতিসাহোন ৰঙালী বিহুৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেট লীগ আই পি এলত বিহু প্রদর্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷ যোৱাবছৰ ইউ এ ইত অনুষ্ঠিত আই পি এলত ইংলেণ্ডৰ তাৰকা জ’ফ্রা আর্চাৰৰ সৈতে বিহু নৃত্য প্রদর্শন কৰি সমগ্র বিশ্বৰ সন্মুখত অসমৰ গৌৰৱ বৃদ্ধি কৰা উদীয়মান ক্রিকেটাৰগৰাকীয়ে
ক্ৰমাৎ ৰাজ্যত অধিক জটিল ৰূপ লৈছে। ক’ৰােনা সংক্রমণে। বহাগ বিহুৰ উছাহৰ মাজতে ৰাজ্যৰ কেইবাখনাে। জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰােনাৰ সংক্রমণ। বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে পুনৰ নমাই আনিছে বিগত বৰ্ষৰ পৰিৱেশ। যােৱা তিনিটা দিনত গড়ে ৫ লােক কৰােনাত আক্ৰান্ত হৈছে। আনহাতে, যােৱা ৭২ ঘণ্টাত কৰােনাত আক্রান্ত হৈ মৃত্যু
চিৰাং আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাং সংৰক্ষিত বনাঞ্চলত অভিযান চলাই আজি বৃহৎ পৰিমাণৰ শক্তিশালী বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হৈছে। আজি বিয়লি চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই তথ্য সদৰি কৰে অসম আৰক্ষীৰ অন্যতম জ্যেষ্ঠ বিষয়া তথা বিটিএডিৰ বিশেষ কৰ্তব্যৰত বিষয়া এল আৰ