ৰাজ্যত দৈনিক কমেও এক লাখ লোকক ক’ভিড ভেকচিন প্রদানৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে স্বাস্থ্য বিভাগে৷ এই উদ্দেশ্যে প্রতিখন জিলাৰ বাবে ভেকচিন দিয়াৰ দৈনিক লক্ষ্য স্থিৰ কৰি দিয়া হৈছে৷ কালি নিশা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সকলো জিলাতে ভেকচিন অভিযান তদাৰকৰ বিশেষ দায়িত্ব ন্যস্ত কৰা ডেজিগ্নেটেড অতিৰিক্ত উপায়ুক্ত আৰু জিলা প্রতিষেধক বিষয়াসকলৰ সৈতে
Month: June 2021
মহানগৰীৰ গাতে লাগি থকা পক্ষী অভয়াৰণ্য দীপৰ বিলৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ দেশী–বিদেশী পর্যটকক আকর্ষিত কৰাৰ লগতে প্রায় ৪১৪ হেক্টৰ ভূমি আগুৰি থকা দীপৰ বিল প্রদূষণমুক্ত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণৰ পৰিকল্পনা হাতত লৈছে৷ তদুপৰি বিলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লআলি স্থানান্তৰিত কৰাৰ বাবেও
নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীয়ে আজি গোপন সূত্রৰ ভিত্তিত অভিযান চলাই দক্ষিণগাঁৱৰ পাহাৰৰ পৰা কিশোৰসহ ৪জন তিনিজন ড্রাগ্ছ আসক্তক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ আসক্ত যুৱককেইটা বাবুল বর্মন (১৯), ৰকিবুল আলী (১৯), চিৰাগ দেউৰী (১৮) আৰু এজন ১৭ বছৰীয়া কিশোৰ৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত
সমগ্ৰ ৰাজ্য মহামাৰী ক’ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ ভাষাত এগৰাকী যুৱতীৰ বৰ্ণনাৰে কবি বিৰিঞ্চি ৰাভাই ৰচনা কৰা গীতটি কণ্ঠদান কৰিছিল উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে। View this
Questioning the leadership of Rahul Gandhi, Congress leader Rupjyoti Kurmi on Friday tendered his resignation as a Member of the State Legislative Assembly (MLA) of Assam to Speaker Biswajit Daimary. Speaking to ANI, Kurmi earlier said, “Congress is not listening to its young leaders. That is why the situation of