The Assam government alleged on Sunday that Mizoram officials entered its territory in Hailakandi and started constructing a bridge, in a fresh escalation between the two Northeastern states. The incident took place on Friday when a few workers from Mizoram were trying to construct a bridge at Kachurthal in the
Month: August 2021
Assam Chief Minister Himanta Biswa Sarma on Sunday focused on preparing a roadmap for the state’s growth at a conference with deputy commissioners (DCs) of all 34 districts. Attending the inaugural day of the two-day meet in Karbi Anglong district, Sarma wrote on Twitter, “In these two days in Diphu,
অসমবাসীক গৌৰৱান্বিত কৰা ৰাজ্যৰ প্ৰতিষ্ঠিত লেখিকা তথা কবি মৌচুমী কলিতাক ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসৰ দিনা ‘সাহিত্য দক্ষতাত নিৰন্তৰ উৎকৃষ্টতা’ৰ বাবে গুজৰাট সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। মৌচুমী কলিতাক গুজৰাট সাহিত্য অকাডেমীৰ অধ্যক্ষ বিষ্ণু পাণ্ডিয়া আৰু শিজু এইচ পলিথাজেথে বঁটা প্ৰদান কৰে। মৌচুমী কলিতাই বৰ্তমান গ্ৰিফিন প্ৰকাশনৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ
শাসক দল বিজেপিৰ দৰেই উপ নিৰ্বাচনক লৈ ৰাইজৰ দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে উপ-নিৰ্বাচন হ’ব লগীয়া মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত কৰিছে কেইবাখনো সভা । উপ-নিৰ্বাচনক লক্ষ্য কৰি থাওৰা ভ্ৰমণ কৰা অখিল গগৈয়ে পুনৰ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা
চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া চাইবাৰ অপৰাধীয়ে ভয়ংকৰ জাল পেলাইছে ৷ ৰাজ্যখনত দৈনিক সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ন ন কাহিনী ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটি হৈ পৰিছে