Who is Dimple Cheema? According to Jagaran, Dimple Cheema was the girlfriend and Fiance of Capt. Vikram Batra was martyred in the 1999 Kargil War. Dimple met Vikram Batra for the first time at Punjab University in the year 1995. That time Vikram just finished his bachelor’s degree and got
Month: August 2021
দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এইবেলি স্বাধীনতা দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে পোন প্ৰথমবাৰৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) ই (ULFA) স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পৰা বিৰত আছে । ইয়াৰ বিপৰীতে আলফাই (ULFA) বৰ্তমানে অব্যাহত থকা যুদ্ধবিৰতিৰ ম্যাদ পুনৰ তিনি মাহৰ বাবে
ক’ভিড পৰিস্থিতিৰ বাবে অব্যাহত থকা নৈশ সান্ধ্য আইনৰ মাজতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিশা চলিল ৰেভপাৰ্টী । সম্ভ্ৰান্ত পৰিয়ালৰ জন্মদিন উদযাপনৰ নামত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ পার্টী । ক’ভিড প্ৰ’টকল ভংগ কৰি একাংশ যুৱক-যুৱতীয়ে সুৰা আৰু ড্ৰাগছেৰে উদযাপন কৰিলে জন্মদিনৰ পাৰ্টী । শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ স্থান মহানগৰীৰ
প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি ভূপেন বৰাৰ (Bhupen Bora) নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শনিবাৰে দিল্লীত সাক্ষাৎ কৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ নেতা ৰাহুল গান্ধীক । প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপৰিও তিনি নৱ-নিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ্য দে পুৰকায়স্থ, বিৰোধী দলপতি দেৱব্ৰত
ভৰ বাৰিষাৰ সময়ছোৱাত ধেমাজি জিলাৰ জোনাইত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শনিবাৰে পুৱা হঠাৎ অহা পাহাৰীয়া বানে ভাঙি নিলে জোনাইৰ বাহিৰ চিলে পঞ্চায়তৰ অন্তৰ্গত মটপুৰ গাঁৱৰ মথাউৰিটো ৷ যাৰবাবে প্লাৱিত হৈ পৰিছে মটপুৰ গাঁৱকে ধৰি এক বিস্তীৰ্ণ অঞ্চল ৷ বাঢ়নী পানীত বুৰ গৈছে গাঁওখনৰ প্ৰায় 30-40 টা পৰিয়ালৰ ঘৰ-বাৰী