Advertisement

Month: August 2021

খানাপাৰাত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত

খানাপাৰাত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত উঠিছে৷ আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে খেলপথাৰখনত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে৷ ১৫ আগষ্টৰ পুৱা ৯ বজাত

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন

চৰকাৰী চাকৰিয়াল–নিবনুৱা কেবিনেটৰ সুখবৰঃ ‘স্বাস্থ্য’ৰ ৮,৮৫৫ পদত নিযুক্তি ২৮ শতাংশলৈ বাঢ়িল কর্মচাৰীৰ ডিএ

চৰকাৰী চাকৰিয়াল–নিবনুৱা কেবিনেটৰ সুখবৰঃ ‘স্বাস্থ্য’ৰ ৮,৮৫৫ পদত নিযুক্তি ২৮ শতাংশলৈ বাঢ়িল কর্মচাৰীৰ ডিএ

 ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ১ লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ