Month: August 2021

জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান ৷ আটক ড্ৰাগছ ব্যৱসায়ী ৷

জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান ৷ আটক ড্ৰাগছ ব্যৱসায়ী ৷

জুৰীয়াৰ বাতামাৰীত আৰক্ষীৰ অভিযান। ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফৰ বাসগৃহত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফ । অভিযানত উদ্ধাৰ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ , লগতে ১৩ হাজাৰ ৬০০ টকা জব্দ ধৃত আবু শ্বৰিফৰ বাসগৃহৰ পৰা। অভিযানত AS02AF4152 নম্বৰৰ পালচাৰ বাইক এখন জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটোক

নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী

নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী

দীঘলীয়া পর্যালোচনা আৰু বিতর্কৰ অন্তত শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফলক লৈ সন্তুষ্টি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ফলাফল সন্দর্ভত নিজ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এই ফলাফল যথেষ্ট আশাব্যঞ্জক৷ ইয়াৰ বাবে শিক্ষা সংসদ ধন্যবাদৰ পাত্র৷ শনিবাৰে যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে নামভর্তিৰ দিশটো

আমি অসমৰ মুখ্যমন্ত্রীৰ লগত আছোঁঃ অখিল গগৈ

আমি অসমৰ মুখ্যমন্ত্রীৰ লগত আছোঁঃ অখিল গগৈ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পক্ষত মুকলিকৈ অৱস্থান গ্রহণ কৰিছে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল গগৈয়ে৷ মূলতঃ মিজো দুষ্কৃতিকাৰীৰ সহযোগত ৰাজ্যখনৰ আৰক্ষীয়ে অসম সংলগ্ণ সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত বর্বৰ আক্রমণ চলাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধেই হত্যা আৰু ষড়যন্ত্রৰ গোচৰ জাপি