Month: August 2021

সোমবাৰে বিজেপিত যোগ দিব সুশান্ত বৰগোহাঁয়ে

সোমবাৰে বিজেপিত যোগ দিব সুশান্ত বৰগোহাঁয়ে

অহা সোমবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি নেতৃত্বৰ উপস্থিতিত বিধায়ক বৰগোহাঁয়ে বিজেপিৰ সদস্য পদ গ্রহণ কৰিব৷ ইতিমধ্যে বৰগোহাঁয়ে কংগ্রেছৰ প্রাথমিক সদস্য পদ ত্যাগ কৰি শনিবাৰে গুৱাহাটী অভিমুখে ৰাওনা হয়৷ এই সম্পর্কত সংবাদ মাধ্যমৰ