ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছবিৰোধী অভিযানৰ অংশ হিচাপে যোৱানিশা পল্টন বজাৰ আৰক্ষীয়ে গান্ধীবস্তি আৰু খাৰঘুলিত অভিযান চলাই ড্রাগ্ছসহ ৪ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটা ক্রমে– ৰৌণকপ্রতিম মজুমদাৰ (৩৭), চেলিম আহমেদ (৩৮), ইদ্রিছ আলী (৩০) আৰু সুশীল বড়ো (৫২)৷ অভিযানকাৰী দলটোৱে এই ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্
Month: August 2021
দিছপুৰ আৰক্ষীয়ে অভিযান চলাই কালি এটা ম’বাইল চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ১৯ আগষ্টত হেঙেৰাবাৰীৰ ৰাকেশ তালুকদাৰ নামৰ লোকজনৰ বাসগৃহৰ পৰা এটা লেপটপ আৰু দুটা ম’বাইল চুৰি কৰি নিছিল৷ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই দিছপুৰ আৰক্ষীয়ে দীপক দাস নামৰ চোৰটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত
মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ আজিৰে পৰা গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত মুকলি হ’ল অত্যাধুনিক প্রথমটো ৰাজহুৱা শৌচাগাৰ৷নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে মুকলি কৰে এই ৰাজহুৱা শৌচাগাৰটো৷ প্রায় ১৮ লাখ টকা ব্যয়েৰে এই শৌচাগাৰটো নির্মাণ কৰিছে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে৷ উল্লেখ্য যে কিছুদিন পূর্বে নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে একাংশ স্বেচছাসেৱী
At a time Assam and Mizoram governments are trying to find solutions to a vexed border dispute, common people from both states have come forward to try normalise the situation. A team from Mizoram”s Vairengte Village Council, visited Lailapur in Cachar to hold people-to-people discussions. Vairengte is a border village
The flood situation in Assam deteriorated on Thursday with nearly 86,000 people hit by the deluge across five districts, an official bulletin said. According to the daily flood report of the Assam State Disaster Management Authority (ASDMA), Bongaigaon is the worst affected where almost 53,000 people are in distress, followed