তীব্ৰ বেগী যাত্ৰীবাহী বাছে চোচৰাই নিয়ে এজন বাইক আৰহীক। ফলত মৃত্যু হয় বাইক আৰহী জনৰ। নিশা AS 17B 6741 নম্বৰৰ যাত্ৰীবাহী বাছ খনে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত উত্তৰ শালমাৰাত AS 19J 8399 নম্বৰৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। তীব্ৰ বেগী বাছখনে বাইক খন বহু দুৰ চোচৰাই নিয়াৰ ফলত দাউ
Month: November 2021
The Bodo Territorial Council(BTC) Government on Tuesday(Nov 16) declared a local holiday to mark ‘Bodo Thunlai Shaan’ (Bodo Literary Day). The day is observed every year to mark the foundation day of Bodo Sahitya Sabha. BTC CEM Pramod Boro posted on FB, “Pleased to share that a Local Holiday has
Whose Digital Media Venture OMG Zindagi is giving a Platform & Voice to the Artists and Talented Youth of the North-East Region Few people are as dedicated and hardworking as Dilu Sharma even when it comes to following their passion! 27-year-old Dilu Sharma — a spirited go-getter from Gangtok
কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে আটক কৰিলে দিল্লীৰ দুই মহিলা সাংবাদিকক ৷ ত্ৰিপুৰা আৰক্ষীৰ খবৰৰ ভিত্তিত আটক কৰা হয় দুয়োগৰাকী সাংবাদিকক ৷ দিল্লীৰ এটা নিউজ পৰ্টেলৰ সাংবাদিক সমৰিদ্ধি সকুনিয়া আৰু স্বৰ্ণা ঝাই ত্ৰিপুৰালৈ গৈ ত্ৰিপুৰা সংঘৰ্ষৰ ওপৰত বাতৰি পৰিৱেশন কৰিছিল ৷ এই দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিশ্ব হিন্দু পৰিষদে ৷
এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা অভিযোগত মঙলবাৰে এজন লোকক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ জানিব পৰা মতে, এগৰাকীৰ মহিলাক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন আৰু হত্যাৰ চেষ্টা চলোৱা এক ঘটনা প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল ধুবুৰীত ৷ ধুবুৰীৰ কাইম ভাষানী অঞ্চলৰ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মহিলাৰ হাত ভৰি বান্ধি