Year: 2021

Minister Suklabaidya lays foundation stone of Bagbahar Basti PWSS

Minister Suklabaidya lays foundation stone of Bagbahar Basti PWSS

Minister for Environment and Forest, Fisheries and Excise, Parimal Suklabaidya laid the foundation stone for retrofitting of Bagbahar Basti Piped Water Supply Scheme (PWSS) 2020-21 under Jal Jeevan Mission (JJM) at Kamlabari under Bagbahar Gaon Panchayat here on Sunday. The estimated amount of the PWSS is Rs.66.50 lakh. Laying the

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল’ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ’ল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী

অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ গোচৰত অভিযুক্ত ৰিণ্টু শৰ্মালৈ আইনী সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্তক নস্যাৎ কৰিছে ধেমাজি জিলা উকীল সন্থাই(Dhemaji Advocate Association) ৷ জিলাখনৰ কোনো অধিবক্তাই ৰিণ্টুৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে অভিযুক্ত ৰিণ্টুক ফাষ্টট্ৰেক আদালতত হাজিৰ কৰোৱাৰ দাবী জনায় ৷ ধেমাজি

মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নহ’ল । তাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন ব্যৱস্থাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) মেট্ৰিক আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । যাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল । আনকি

ভদীয়া বান: ১৫ জিলাৰ ৫ শতাধিক গাঁও জলমগ্ন, ২.২৫ লাখ বন্যার্তৰ হাহাকাৰ

ভদীয়া বান: ১৫ জিলাৰ ৫ শতাধিক গাঁও জলমগ্ন, ২.২৫ লাখ বন্যার্তৰ হাহাকাৰ

ৰাজ্যত ক্রমশঃ কালৰূপ ধাৰণ কৰিছে ভদীয়া বানে৷ ব্রহ্মপুত্র আৰু ইয়াৰ একাংশ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত নিতৌ ন ন অঞ্চল প্লাৱিত হৈছে৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি শনিবাৰৰ দিনটোত বানৰ কবলত পৰিছে ১৫খন জিলা৷ এই জিলাকেইখন হ’ল– বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্রুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী,