বিগত কিছু দিন পূৰ্বে মৰিগাঁও জিলাত পোহৰলৈ আহিছিল কিডনী বিক্ৰীৰ দৰে ভয়াবহ ঘটনা ৷ ইয়াৰ পিছতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো মানৱদেহৰ অংগ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছিল ৷ ইয়াৰ ভিতৰত অন্যতম এখন জিলা হিচাপে পৰিগনিত হৈছে ডিব্ৰুগড় জিলা ৷ জিলাখনত এতিয়াও সক্ৰিয় হৈ আছে মানৱ দেহৰ অংগ বিক্ৰীৰ লগত জড়িত এটা দালাল
Year: 2021
আজি দ্বিতীয় দিনাৰ বাবেও ধেমাজিত বানৰ কৱলত আছে বহু গাওঁ ৷ আজিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাওঁ আৰু জীয়াঢল চাৰিআলিৰ দুটা অংশৰ প্ৰায় ১ ফুট ওপৰেৰে বৈ আছে জীয়াধল নদীৰ পানী ৷এই ভদীয়া বানত জীয়াধল , বৰাজান আৰু ৰাইনদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২০ খন গাওঁ বেয়াকৈ প্লাবিত
শেহতীয়াকৈ অন্ত পৰা টকিঅ’ অলিম্পিকত ৭ টাকৈ পদক লাভ কৰি ভাৰতীয় খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰাৰ পাছত এতিয়া ভাৰতৰ আন একাংশ খেলুৱৈয়ে পেৰা অলিম্পিকত পদক জয়ৰ আশা মনত লৈ টকিঅ’ত উপস্থিত হৈছে । ভাৰতৰ মুঠ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিব । বুধবাৰে টকিঅ’ত উপস্থিত হৈছে ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটো
তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে। বিগত ২০ বছৰ ধৰি দেশখনত নির্বাচিত প্রতিনিধিৰ চৰকাৰ বাহাল থকাৰ মাজতে আমেৰিকাই
আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত ৷ ইতিমধ্যে ভাৰত চৰকাৰে যোৱাটো সপ্তাহতে মুকলি কৰিছে ‘Vehicle Scrappage policy’ ৷ এই নতুন নীতি মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ইয়াৰ দ্বাৰা প্ৰদূষিত আৰু অনুপযুক্ত বাহনসমূহক পৰিৱেশ অনুকূল প্ৰকাৰে কৰ্তন কৰাত সহায়ক হ’ব ৷ বাহনসমূহক কেৱল বয়স অনুপাতেই স্ক্ৰেপ