Year: 2021

’২৩ চনৰ ভিতৰত পেট্র’ল ডিজেলত হ’ব ২০% ইথানল মিশ্রণ

’২৩ চনৰ ভিতৰত পেট্র’ল ডিজেলত হ’ব ২০% ইথানল মিশ্রণ

শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে অসম ইথানল উৎসাহন নীতিত৷ ২০২৩ চনৰ ভিতৰত পেট্র’ল–ডিজেলত ২০ শতাংশ ইথানল মিশ্রিত কৰি বিক্রী কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা এই নীতিৰ অধীনত নতুনকৈ ইথানল প্রস্তুত প্রকল্প স্থাপনৰ বাবে আগ্রহীসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রদান

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী  আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী বজাৰ  তিনিআলিত  আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । হাতে হাতে প্লে-কাৰ্ড লৈ আছু কৰ্মী সকলে পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত  চূড়ান্ত ভাৱে

সংকটত অসমৰ চাহ উদ্যোগঃ প্রতি কিলোগ্রাম চাহৰ মূল্য ৪৪.১৯ টকালৈ হ্রাস ৩২ টকা বৃদ্ধি উৎপাদন ব্যয়

সংকটত অসমৰ চাহ উদ্যোগঃ প্রতি কিলোগ্রাম চাহৰ মূল্য ৪৪.১৯ টকালৈ হ্রাস ৩২ টকা বৃদ্ধি উৎপাদন ব্যয়

অনাকাংক্ষিতভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ৷ ইয়াৰ মূলতে ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই অহা উদ্যোগটোৰ ওপৰত বিভিন্ন দিশৰ পৰা নেতিবাচক প্রভাৱ পৰিছে৷ অতি শেহতীয়াকৈ উৎপাদন ব্যয়ৰ তুলনাত চাহৰ মূল্য অতি সাংঘাতিক ধৰণে হ্রাস পাইছে৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েন (নেটা)ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হাঁহচৰাৰ এলিভা বুঢ়াগোঁহাইৰ

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হাঁহচৰাৰ এলিভা বুঢ়াগোঁহাইৰ

শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ পিতৃ শৰৎ বুঢ়াগোঁহাই আৰু মাতৃ সুনীমা বুঢ়াগোঁহাইৰ কন্যা এলিভা বুঢ়াগোঁহাইয়ে এটা শিলতে আহোম যুগৰ অসমৰ চাৰিটা প্ৰাচীন

ছয়মাইলত পাইপ ফুটি খোৱাপানী অপচয়

ছয়মাইলত পাইপ ফুটি খোৱাপানী অপচয়

যি সময়ত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে জি এম চি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ বাবে শ শ লিটাৰ পানী অপচয় হৈছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ ফুটি ৰাজপথ কদর্য কৰাৰ লগতে শ শ লিটাৰ বিশুদ্ধ খোৱাপানী অপচয় হোৱাৰ পিছতো বিভাগীয় কর্তৃপক্ষৰ