সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিৰ ৩০ জনীয়া এটা সজাতিদলে অসম চৰকাৰৰ শিক্ষা তথা ভৈয়াম জনজাতি মন্ত্ৰী ডা° ৰণোজ পেগুক জনতা ভৱনত সাক্ষাত কৰি ৯দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অৰ্পন কৰে। তেওঁলোকৰ দাবী সমূহ হ’ল…. ১/ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট
Year: 2021
The BJP-led Assam government would restrict some state government schemes to the two-child norm, Chief Minister Himanta Biswa Sarma said here on Saturday. Addressing the media, Sarma said that everyone will be allowed to avail the basic government schemes, but in case of some selective schemes, the two-child norm would
মহানগৰীৰ নুনমাটিত এক জঘন্য ঘটনা সংঘটিত হৈছে৷ ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি লম্পট জোঁৱায়েকে শাহুৱেকক ধর্ষণ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত জোঁৱায়েক ভূপেন ডেকাক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, লম্পট জোঁৱায়েক ভূপেন ডেকাই কালি নুনমাটিস্থিত শাহুৱেকৰ ঘৰলৈ যায়৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পটটোৱে শাহুৱেকক
দেওবাৰে নগাঁৱৰ কাতিমাৰী চিআৰপিএফ শিবিৰ(CRPF Camp)ত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনা(gunfire)ৰ ঘটনা । চিআৰপিএফৰ মাজত হোৱা গুলীচালনাত আহত দুজনকৈ জোৱান । নগাঁৱৰ কাতিমাৰিস্থিত ৩৪ নং চি আৰ পি এফ শিবিৰত সংঘটিত এক গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চিআৰপিএফ শিবিৰৰ দুই জোৱান ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহেৰুলে ইছলামৰ মাজত
বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷ আজি সর্বানন্দ সোণাৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷ দায়িত্ব লোৱাৰ দিনা সোণোৱালক