Year: 2021

গুৱাহাটীৰ ফটাশিলত দিন ডকাইতিঃ ৩৫ লাখ টকা লুট

গুৱাহাটীৰ ফটাশিলত দিন ডকাইতিঃ ৩৫ লাখ টকা লুট

মহানগৰীৰ ফটাশিলত দিন-দুপৰতে ডকাইতি এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা  এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি  ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003 ফটাশিলৰ HDFC বেংকৰ সন্মুখৰ পৰা লুটিলে ধনখিনি  ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি

গীতামন্দিৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

গীতামন্দিৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

ঐতিহ্যমণ্ডিত গীতামন্দিৰৰ ভূমি বেদখল কৰি ঘৰ আৰু জুপুৰি সাজি বিগত কেইবাবছৰ ধৰি একাংশ লোকে ব্যৱসায় চলাই আহিছিল৷ শেহতীয়াকৈ গীতামন্দিৰ পাহাৰৰ এক বিঘা ভূমি গীতানগৰ থানা নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়ে৷ উক্ত ভূমিৰ আশে–পাশে ঘৰ আৰু জুপুৰি সাজি ব্যৱসায় চলাই থকা লোকসকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে পৌৰ নিগম আৰু জিলা প্রশাসনে যুটীয়াভাৱে

হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট:  দাখিল হ’ব ১৬ জুলাইত

হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট: দাখিল হ’ব ১৬ জুলাইত

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহ ধৰি চলিব লগা অধিৱেশনৰ ১৬ জুলাইত দাখিল হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট। বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰথম বাৰৰ বাবে দাখিল কৰিব বাজেট। এই কথা প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই। উল্লেখ যোগ্য যে

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ৰাজ্যৰ ক’ৰ’না প্ৰতিৰোধৰ নতুন নিৰ্দেশনা। তাৰ পূৰ্বে আজি প্ৰত্যেক জিলা উপায়ুক্তৰ সৈতে ভিডিঅ’ কন্‌ফাৰেন্সত দীঘলীয়া বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নতুন এছঅ’পি সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব উপায়ুক্ত সকলৰ পৰা। এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। গোলাঘাট,

মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীত নাথাকিব শীর্ষ ১০টা স্থান

মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীত নাথাকিব শীর্ষ ১০টা স্থান

ক’ৰ’না ভাইৰাছৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষা বিভাগে গঠন কৰা দুয়োখন কমিটিয়ে পৰীক্ষাৰ মূল্যাংকন  সন্দৰ্ভত লৈছে বিশেষ সিদ্ধান্ত।মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত নাথাকিব শীর্ষ ১০টা স্থান।ছাত্ৰ- ছাত্ৰীৰ সুবিধাৰ বাবে এই ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে কমিটি দুখনে। মেট্ৰিক পৰীক্ষাৰ