The government has extended the validity of documents like driving license (DL), registration certificate (RC) and permits till September 30 2021, amid the coronavirus pandemic. The deadline for the validity of the documents was earlier set for June 30. The ministry of road, transport and highways (MoRTH) issued an advisory. “Taking into
Year: 2021
আইপিএছ দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব ৰূপে নিযুক্তি দিয়া হয়। বুধবাৰে নিযুক্তি দিয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীক। উল্লেখ্য যে বৰ্তমান অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্ব আছিল বৰা।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ ওপৰত নির্মীয়মান দলং খন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৩৭ শতাংশ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগে অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক। লোকনিৰ্মান বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ৰ
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ালে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। বুধবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৫০ হাজাৰ ১৫০টকাৰ বৰঙণি আগবঢ়াই সংস্থাটোৱে। উল্লেখ্য যে সন্থাৰ ১০০৩জন সদস্যই আগবঢ়াই বৰঙণি। ক’ভিড বিৰোধী যুঁজৰ অংশীদাৰ হৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ কথা অৱগত কৰে সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে। ইফালে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত সন্থাই তেওঁলোকৰ
আজিৰ কেবিনেটে সাম্প্ৰতিক ক’ভিড পৰিস্থিতৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়েহে অহা ১৮ জুন তাৰিখে শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আজি সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ