Year: 2021

কাৰাবন্দী অখিল গগৈৰ বিনম্ৰ আহ্বান:মোৰ জমা টকা নাই,মোক আৰ্থিকভাৱে সহায় আগবঢ়াওক

কাৰাবন্দী অখিল গগৈৰ বিনম্ৰ আহ্বান:মোৰ জমা টকা নাই,মোক আৰ্থিকভাৱে সহায় আগবঢ়াওক

অসমবাসীলৈ কাৰাবন্দী নেতা অখিল গগৈৰ এক বিনম্ৰ আহ্বান।কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সদৰী কৰে।   অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো।মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজো। বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা

২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা। ডা০ অপূৰ্ব কুমাৰ শইকীয়ালৈ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা। বেংছতা নামৰ গল্প সংকলনৰ বাবে এই সন্মান। ইএছআইচি মৰ্ডাৰ্ণ হস্পিতাল খানাপাৰাৰ মুখ্য চিকিৎসক ডা০ অপূৰ্ব কুমাৰ শইকীয়া। ইপিনে, দ্বিজেন কুমাৰ দাসলৈ যুব একাডেমী বঁটা।