Year: 2021

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ।লাভ কৰিব আই ফোন (iPhone)ৰ পৰা আৰম্ভ কৰি নগদ ধনলৈকে বিভিন্ন পুৰস্কাৰ।এক ব্যতিক্ৰমী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।   কংগ্ৰেছে মঙলবাৰে ছ’চিয়েল মিডিয়াত ‘অসম বচাওঁ’ শ্ল’গানেৰে এটি ভিডিঅ’ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।নিৰ্বাচনী ইস্তাহাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ বিচাৰিলে কংগ্ৰেছে।এই প্ৰতিযোগিতাৰ জৰিয়তে অসমে

হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ আজি ঐতিহাসিক ৰায়দান কৰিলে হোজাই সত্ৰ ন্যায়াধীশে। অতিৰিক্ত জিলা ন্যায়াধীশ এন দেউৰীৰ আদালতে ধৰ্ষণকাৰী চন্দন হৰিজনক ফাঁচিৰ নিৰ্দেশ দিয়ে আদালতখনে। ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল একেখন গাঁৱৰে চন্দন হৰিজন নামৰ এগৰাকী বিকৃত মানসিকতাৰ যুৱকে। হোজাইৰ নন্দপুৰ দৰিয়াবস্তিৰ বাঁহনিত শিশুটিৰ মৃতদেহ

Bodo film Sijou bags 4 awards at Golden Sparrow International Film Fest

Bodo film Sijou bags 4 awards at Golden Sparrow International Film Fest

Sijou, a Bodo film, written and directed by city-based Vishal P. Chaliha, bagged four awards at the Golden Sparrow International Film Festival 2021 in Tamil Nadu. The awards, announced on Monday night, include “Best Director”, Indian Feature Film, “Best Debut Filmmaker” of Feature Film”, “Best Screenplay Writer”, Indian feature film,

আই চি ইউত অখিল গগৈৰ মাতৃ:শয্যাশায়ী মাতৃয়ে এবাৰ চাব বিচাৰিছে পুত্ৰক

আই চি ইউত অখিল গগৈৰ মাতৃ:শয্যাশায়ী মাতৃয়ে এবাৰ চাব বিচাৰিছে পুত্ৰক

আই চি ইউত অখিল গগৈৰ মাতৃ। গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈক মঙলবাৰে পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। উচ্চ ৰক্তচাপ আৰু মধুমেহত আক্ৰান্ত প্ৰিয়দা গগৈ।বৰ্তমান সুস্থিৰ অৱস্থাতে আছে প্ৰিয়দা গগৈ।এবাৰ অখিল গগৈৰ মুখ চাব বিচাৰে শয্যাশায়ী

অখিল গগৈৰ মাতৃৰ যদি কিবা হয়,ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে

অখিল গগৈৰ মাতৃৰ যদি কিবা হয়,ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে

গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্য বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সাংবাদিকৰ আগত কুৰ্মীয়ে কয়,”অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো।অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়।অসমৰ মাতৃ।অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে