নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼৰ নিকটৱৰ্তী ছবিন দৈনিক বজাৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ক্ৰীড়া খেলুৱৈৰ পোছাক পৰিধান কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এখন ৰাজহুৱা সভাত বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই সীতা দাস নামৰ সম্ভাৱনা পূৰ্ণ খেলুৱৈগৰাকীক হাফপেন্ট পিন্ধাৰ বাবে সমালোচনা কৰা বুলি খেলুৱৈ গৰাকীয়ে অভিযোগ উত্থাপিত কৰিছে
Year: 2021
একপক্ষীয় যুদ্ধবিৰতিৰ সময়ছোৱাতে আলফা(স্বা)ত ৰাজ্যৰ খেলুৱৈকে ধৰি পাঁচগৰাকী যুৱতীয়ে যোগদান কৰাৰ লৈ সৰৱ চৰ্চা চলি আছে। যুৱতীকেইগৰাকীয়ে ম্যানমাৰ অভিমুখে যাত্ৰা কৰা বুলি বাতৰি ওলাইছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈ স্পষ্ট কৰা নাই আৰক্ষীয়ে। এনে এক অৱস্থাৰ মাজতে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে আজি এক বিবৃতিত প্ৰকাশ কৰে যে যুৱতীকেইগৰাকীৰ আলফাত
অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) বিতর্কিত অধ্যক্ষ ৰাকেশ পালৰ কার্যকালৰ অন্ত পৰিলেও সংস্কাৰ নহ’ল আয়োগৰ৷ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীসমূহত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ এতিয়াও যেন দায়বদ্ধ নহয় অসম লোকসেৱা আয়োগ৷ যাৰ বাবে প্রতিবছৰে অনুষ্ঠিত কৰা পৰীক্ষাসমূহৰ প্রশ্ণকাকতত সন্নিৱিষ্ট হৈ আহিছে ভুল প্রশ্ণোত্তৰ৷ যাৰ বাবে যোগ্য প্রার্থীয়েও
A unit of Red Horns Division- Indian Army distributed 30 cycles to students of Patkijuli village, Baksa district on Thursday as a part of Operation Sadhbhabna of the Indian Army. Local people appreciated the initiative and said that the initiative will help the students belonging to Below Poverty Line(BPL) category.
আলফা স্বাধীনত যোগদানৰ সন্দেহ পাঁচ যুৱতীৰ । ইয়াৰে এগৰাকী তিনিচুকীয়াৰ চাংমাই গাঁৱৰ নয়নমনি চেতিয়া উৰফে ইহম চেতিয়া ৷ নয়নমণিৰ সৈতে আছে গোগামুখৰ সবিতা চেতিয়া, লখিমপুৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া আৰু নগাঁও আৰু মৰিগাঁৱৰ দুগৰাকী যুৱতী ৷ উল্লেখ্য যে, নয়নমণি আৰু সবিতা দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ ৷ জানিব পৰা মতে,