Year: 2021

CBI য়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক

CBI য়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷ এটা পুৰণি গোচৰৰ ভিত্তিত দেওবাৰে বিয়লি CBI য়ে তালাচী চলাই গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত ৷ এছকাৰ্ড বেংকৰ এটা ঋণ কেলেংকাৰীৰ গোচৰ আছিল শইকীয়াৰ বিৰুদ্ধে ৷ 202/98 নম্বৰত এই সম্পৰ্কত পল্টন

মহানগৰীত দুদিনীয়াকৈ অসম ভিত্তিত স্কেটিং প্ৰতিযোগীতা

মহানগৰীত দুদিনীয়াকৈ অসম ভিত্তিত স্কেটিং প্ৰতিযোগীতা

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অৱ আছামৰ সৌজন্যত পাঞ্জাবাৰীস্থিত এছ’চিয়েছনৰ ৰিংকত সদৌ অসম ৰ’লাৰ স্কেটিং প্ৰতিযোগিতা ২০২১ আৰম্ভ হয়। ৰাজ্যৰ ১০ খন জিলাৰ পৰা অহা দুই শতাধিক স্কেটাৰে অংশ লোৱা এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগী সঞ্জীৱ নাৰায়ণ, অভিনেত্ৰী নিশিতা গোস্বামী, দেব কুমাৰ বৰুৱাৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি