গুৰু শিষ্যৰ সম্পৰ্কৰ পৱিত্ৰতা ইতিহাসে ঢুকি নোপোৱা যুগৰে পৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে ৷ সৌ সিদিনালৈ পথেৰে শিক্ষক এজন গৈ থকা দেখিলে ছাত্ৰ এজনে চাইকেলৰ পৰা নামি শিক্ষকক সন্মান জনোৱাৰ দৃশ্য আমাৰ সমাজত তেনেই সাধাৰণ আছিল ৷ শিক্ষক সকলেও এসাজ নাখাই হ’লেও শিষ্য সকলৰ জ্ঞানৰ চকু মুকলি কৰাৰ কামত
Year: 2021
প্ৰেম , ভালপোৱা ! সকলোৱে একেমুখে কয় পৃথিৱীৰ সবাটোকৈ মিঠা অনুভুতি এই প্ৰেম ভালপোৱা ৷ কিন্তু প্ৰেমিকে যেতিয়া ঘাতকৰ ৰূপ লয় তেতিয়া তিক্ততাৰে ভৰি পৰে এই অনুভূতি ৷ ঘাতক ৰূপী প্ৰেমিকৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱতী ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত যতি পৰাৰ পৰিণতিতে প্ৰেমিকাক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা চলালে
পাঠশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্ধোধন কৰিলে অনন্ত ধাম ৷ উল্লেখযোগ্য যে, পাঠশালাৰ প্ৰয়াত সমাজকৰ্মী হিতেশ তালুকদাৰৰ স্মৃতিত পৰিয়ালবৰ্গই দান বৰঙনিৰে নিৰ্মাণ কৰা এই অনন্ত ধামখনিৰ উদ্ধোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ একেদৰে উপ-নিৰ্বাচনৰ সৰ্ন্দভতো মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ বিপিএফৰে বিজেপিৰ কোনো ধৰণৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য । অসম জাতীয় পৰিষদ দলৰ নীতি আৰু আদৰ্শ নাই । যি দলৰ নীতি আৰু আদৰ্শ নাই সেইদলে ৰাইজৰ কি সেৱা কৰিব বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে । আনফালে মিত্ৰতাৰ ধৰ্ম পালন কৰি যোৱা সাধাৰণ নিৰ্বাচনত তামোলপুৰ সমষ্টিটো
ৰুক্মিনীগাঁও হিট এণ্ড ৰাণ গোচৰত ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আদালতৰ নিৰ্দেশৰ