Month: February 2022

আলফা স্বাধীনত যোগদানৰ বাবে যোৱা ৪ যুৱকক আটক

আলফা স্বাধীনত যোগদানৰ বাবে যোৱা ৪ যুৱকক আটক

উজনি অসমৰ বহু যুৱক-যুৱতী শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান দিছে । পুনৰ তিনিচুকীয়াৰ পৰা চাৰিজন যুৱক আলফা স্বাধীনলৈ বুলি যাত্ৰা কৰে । অৱশ্যে যাত্ৰা পথতে ভাৰতীয় সেনাই আটক কৰে যুৱককেইজনক। বিশেষ খবৰৰ ভিত্তিত মাকুমৰ পৰা সেনাই আটক