Month: November 2022

সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা!

সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা!

ডাঃ নিতুল বৈশ্য আজি কিছু বছৰ আগলৈ ছোৱালী সন্তান জন্মৰ ধাৰণাটোক এচাম অশিক্ষিত–ন্ধবিশ্বাসী আৰু তথাকথিত শিক্ষিত সমাজ ব্যৱস্থাই সহজভাৱে গ্রহণ কৰিব পৰা নাছিল৷ কন্যা সন্তানক পৰিয়ালৰ বোজা বুলি আৰু পুত্র সন্তান জন্মদাত্রী মাতৃক ঈশ্বৰৰ আশিসধন্য বুলি গণ্য কৰাৰ বিক্ষিপ্ত ধ্যান–ধাৰণাক স্বৰাজোত্তৰ শিক্ষা ব্যৱস্থাই পোহৰাব পৰা নাছিল ৷ সময় সলনি হ’ল,

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা বাOnchophagy এটা অভ্যাস৷ এই অভ্যাস প্রায় সকলো ল’ৰা–ছোৱালীৰ থাকে বিশেষকৈ শিশু আৰু কিশোৰসকলৰ ক্ষেত্রত এই বদ অভ্যাস অধিক পৰিলক্ষিত হয়৷ সেয়ে নখ কামোৰা অভ্যাসক কোৱা হয়Daily Child’s Problem৷ নতুন দিল্লীৰ কলাৱতীচৰণ শিশু চিকিৎসালয়ত ৯০০০ শিশুৰ ওপৰত চলোৱা এটা অধ্যয়নৰ পৰা এই কথা প্রমাণিত হৈছে যে প্রায় ৪০ শতাংশ

President Droupadi Murmu concludes NE visit

President Droupadi Murmu concludes NE visit

President Droupadi Murmu on Saturday concluded her two-day visit to Sikkim and left for Bagdogra in an Indian Air Force (IAF) helicopter on way to the national capital. She was seen off at Namchi helipad by chief minister Prem Singh Tamang and senior state government officials. Earlier in the day,