ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰিমন্দিৰত। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ অহা ৰাস মহোৎসৱ এইবেলি ৮৯ তম্ বৰ্ষ হিচাপে ৭ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব। এইবেলি ৰাস মহোৎসৱত বলিউদৰ প্ৰখ্যাত মোহময়ী অভিনেত্ৰী
Year: 2022
নগাঁৱত ছাত্ৰীক অশালীন মেচেজ দি ৰঙাঘৰৰ আলহী হ’ল খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ শিক্ষক। এইবাৰ চৰ্চাত নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুল৷ শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰাইষ্ট জ্যোতি স্কুলৰ শিক্ষক তুন্না আজমক৷ বিদ্যালয় কৰ্তৃপক্ষৰ লিখিত অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিদ্যালয়খনৰ হিন্দী বিভাগৰ শিক্ষক তুন্না আজমক ৷ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানি
খং নামে চণ্ডাল৷ খঙত হিতাহিত জ্ঞান শূন্য হৈ মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে৷ পিছত তেনে কাম কৰাৰ বাবে অনুশোচনাত দগ্ধ হয়৷ আকৌ কেতিয়াবা সেই কামৰ বাবে ভয়ংকৰ শাস্তিৰো সন্মুখীন হ’বলগীয়া হয়৷ সেইবাবেই যিমান পৰা যায়, খঙৰ পৰা আঁতৰি থাকিব পৰাটোৱেই মংগল৷ কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটোৱেই মংগল৷
ডালিমৰ বাকলিৰ এনেদৰে ব্যৱহাৰ কৰাটো ছালৰ বাবে উপকাৰী!