হাজোৰ বান পৰিস্থিতি কিছু অঞ্চলত কিছু উন্নত হৈছে যদিওঁ কেতবোৰ স্থানত এতিয়াও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বহু লোকে সুৰক্ষিত স্থানত অৱস্থান কৰিব নোৱাৰাত দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।পানীৰ মাজতেই
Year: 2022
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা । যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল
২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা বাৰ্তা
অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ দল কৰায়ত্ত কৰা হৈছে।৫গৰাকী মহিলা আৰু এজন বাবাক আটককৰা হৈছে।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।মেলাত পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ
অসমীয়া সাহিত্যৰ বাবে আন এক সু-খবৰ৷ অসমবাসীক গৌৰৱান্বিত কৰি এইবাৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে পৰী হিলৈদাৰী, ইন্দিৰা বড়ো আৰু ড॰ সঞ্জীৱ উপাধ্যায়ে৷ আজি সাহিত্য অকাদেমি কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে, ‘মামাং