Four people, including a woman, died in landslides triggered by incessant downpour here, police said on Monday. Two people were killed when their house was hit by a massive landslide near Punjabi Dhaba, they said. A woman is still trapped inside the bamboo house with a tin roof, which came
Year: 2022
মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৪গৰাকীকৈ বিশিষ্ট ব্যক্তিক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয় । চৰাইবাহী ৰাজহুৱা ভৱনত চৰাইবাহী শাখা সাহিত্য সভাৰ উদ্যোগত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক এখনি কাব্যানুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে আয়োজিত কাব্যনুষ্ঠানটিত সভাপতিত্ব কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি জিতুমনি বৰদলৈয়ে ৷ কাব্যানুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি
UPPL president Pramod Boro has hailed the date and notification declared for conducting the bye poll for No.22 Koklabari constituency in Baksa scheduled on 8th June. Addressing the reporters on Saturday in Kokrajhar, Boro, who is also chief executive member of Bodoland Territorial Region (BTR) told that his UPPL party is
সদৌ অসম কৰ্মচাৰী পৰিষদৰ ১৬ ১৭ আৰু ১৮ মে’ ত শিলচৰত অনুস্থিত হ’বলগীয়া ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা সাম্প্রতিক সময়ৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাবে স্থগিত ৰখা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে পৰিষদ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে।
বিগত কেইবা দিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বহু কেইখন জিলাত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশেষকৈ বৰাক উপত্যকাৰ বহু অঞ্চল আগতীয়া বানত প্লাবিত হৈছে। আনহাতে, কাছাৰ, ধেমাজি, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু কামৰূপ জিলাৰ কিছু অঞ্চলৰ পৰিস্থিতি অতি শোচনীয়।ৰাজ্যখনৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক