Apple has released a software update that enables iPhone users to unlock their devices while having face masks on. The new update, iOS 15.4, released on Monday also includes a host of other features for existing iPhones. In a statement, Apple said the new feature allowing users to unlock their
Year: 2022
Reliance Jio on Monday introduced the Rs. 259 ‘calendar month validity’ prepaid recharge plan that is promised to offer unlimited data and voice calling benefits for a period of exactly one calendar month. The Rs. 259 Jio prepaid recharge plan is designed in a way that it will renew on the
কচুগাঁও সমষ্টিৰ তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলামৰ নেতৃত্বত টেংৰাৰভিটা মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত অংশ গ্ৰহণ কৰি ই এম উকীল মুছাহাৰীয়ে আৰু কয় যে বি পি এফ দলে বি টি চিত শাসন চলাই দূৰ্নীতি হে কৰিলে ৷বি টি আৰত মিত্ৰজোঁটৰ শাসনত পৰিৱৰ্তনৰ জোৱাৰ অহা আৰম্ভ হৈছে
ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হৈছে চৌখাম গাঁৱৰ অমৃত বৰা নামৰ লোকজনৰ পত্নী তৰা মিলি বৰা । দৈনিক কাম কৰি পৰিয়াল চলোৱা অমৃত বৰাই আন দিনাৰ দৰে যোৱা ২০ মাৰ্চৰ পুৱাই কামলৈ ওলাই যায় ।
বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ।অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু।লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।