Month: January 2023

বদহজমৰ সমস্যাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়

বদহজমৰ সমস্যাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়

চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম নহ’লে ইয়াৰ প্রভাৱ সম্পূৰ্ণ শৰীৰত পৰে। আমাৰ পাকস্থলীৰ গাত সূক্ষ্ম এখন ঝিল্লি বা আৱৰণ আছে। পাকস্থলীক ক্ষতিকাৰক বীজাণু আৰু খাদ্যৰ এচিডৰ পৰা ই বচায়। কোনো কাৰণত এই পৰ্দা ক্ষতিগ্রস্ত হ’লে এচিডৰ সংস্পর্শত

ইন্টাৰনেট আসক্তিয়ে বিৰুপ প্ৰভাৱ পেলাব পাৰে আপোনাৰ বাঢ়ি অহা শিশুটিৰ বিকাশত

ইন্টাৰনেট আসক্তিয়ে বিৰুপ প্ৰভাৱ পেলাব পাৰে আপোনাৰ বাঢ়ি অহা শিশুটিৰ বিকাশত

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছে। এটা শেহতীয়া অধ্যয়নে এই তথ্য প্ৰকাশ কৰিছে। অধ্যয়ন অনুসৰি, প্ৰায় ৭০ শতাংশ শিক্ষাৰ্থীয়ে দিনে কমেও ৩-৪ ঘণ্টাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে। ইয়াৰ ভিতৰত, ৬৬ শতাংশ শিশুৱে নিশা শুবলৈ যোৱাৰ আগতে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। মাজনিশালৈকে, নেট মিডিয়া

GS ৰোডৰ পদপথ সেতুত অনৈতিক কাৰ্যকলাপ; অন্ধকাৰ লিফ্টত কি কৰে পদপথ সেতু?

GS ৰোডৰ পদপথ সেতুত অনৈতিক কাৰ্যকলাপ; অন্ধকাৰ লিফ্টত কি কৰে পদপথ সেতু?

GS ৰোডত ২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱ নিৰ্মিত পদপথ সেতুৰ শুভাৰম্ভণি কৰিছিল। কিন্তু এতিয়া সেই পদপথ সেতুতে চলিছে অনৈতিক কাৰ্যকলাপ। হয় আপুনি ঠিকেই শুনিছে। খোদ পদপথ সেতুত নিয়োজিত হৈ থকা চিকিউৰিটি গাৰ্ডে উদঙালে এই ভয়ংকৰ তথ্য। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত মহিন্দ্ৰা শ্ব ৰুমৰ

‘সন্তান জন্ম দিবলৈ ৰৈ নাথাকিব, ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান’’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তান জন্ম দিবলৈ ৰৈ নাথাকিব, ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান’’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তান জন্ম দিবলৈ ৰৈ নাথাকিব, ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান’’। সন্তান জন্ম দিয়াক লৈ ৰাজ্যবাসীক বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

🔷সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম। 🔷ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক সন্মান জনোৱা উচিত। 🔷অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মীয় স্থানসমূহৰ পুনৰ নিৰ্মাণৰ আহ্বান জনাই এই কথা ব্যক্ত কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।