অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী অলবানিজ দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটত উপস্থিত হয়। শ্ৰী অলবানিজে আহমেদাবাদত অৱস্থিত সাৱৰমতী আশ্ৰম পৰিদৰ্শন কৰি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। তেওঁ গান্ধীনগৰৰ ৰাজভৱনত আয়োজিত এটা সাংস্কৃতিক অনুষ্ঠানত গ্ৰহণ কৰাৰ কথা। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যপাল আচাৰ্য দেব্ৰৱত আৰু অন্যান্য বিষয়াসকলে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিব। অলবানিজে
Month: March 2023
মোবাইল ফোনে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। কেৱল ফোনটোৰ পৰা মনোৰঞ্জন হোৱাই নহয়, অধিক গুৰুত্বপূৰ্ণ কাম কৰিব পৰা যায় ফোনটোৰ জৰিয়তে। কিন্তু ফোনবোৰ যিমানেই গুৰুত্বপূৰ্ণ, সিমানেই ইয়াৰ চাৰ্জাৰো অতি গুৰুত্বপূৰ্ণ। বহুতৰে সকলো সময়তে ফোন চাৰ্জত ৰখাৰ অভ্যাস থাকে আৰু তেওঁলোকৰ চাৰ্জাৰ সদায় চকেটত থাকে। বেছিভাগ মানুহেই ফোনটো চাৰ্জিঙৰ
বলীউডৰ তাৰকাসকলে আজি আড়ম্বৰ পূৰ্ণ ভাৱে হোলী উদযাপন কৰা দেখা গৈছে। ইফালে অভিনেত্ৰী ছানী লিয়নেও ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে হোলী উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে। বলীউডৰ অভিনেত্ৰী ছানী লিয়নীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ছবিবোৰত ছানীয়ে পৰিয়ালৰ সৈতে হোলী পাৰ্টি কৰা দেখা গৈছে। সকলোৰে মুখত আবিৰৰ লেপন দিয়া
জ্যেষ্ঠ বিজেপি নেতা ডাঃ মানিক সাহাই আজি ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আগৰতলাৰ স্বামী বিবেকানন্দ খেলপথাৰত আয়োজিত এটা উৎসৱমুখৰ অনুষ্ঠানত ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই ডাঃ সাহাক একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱায় । শপত গ্ৰহণৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ,
NIAৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ অভিযান। জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ৫জনক আটক। ধিং আৰু বটদ্ৰৱাত আৰক্ষীৰ অভিযান। পাকিস্তানীক ছিম কাৰ্ডৰ যোগান ধৰাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰিছে আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক। পাকিস্তানলৈ ই-ছিমৰ যোগান ধৰিছিল ধৃত লোককেইজনে। জেহাদীৰ লিংকৰ সন্দেহত সোধা-পোছা