Month: March 2023

WPLত ডেলহি কেপিটেলছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ৬০ ৰাণত পৰাস্ত

WPLত ডেলহি কেপিটেলছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ৬০ ৰাণত পৰাস্ত

মহিলাৰ premier league ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত দেওবাৰে ডেলহি কেপিটেলছে – ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ৬০ ৰাণত পৰাস্ত কৰিছে। খেলখনত প্ৰথমে বেট ধৰি ডেলহি কেপিটেলছে ছাফালি বাৰ্মাৰ ৮৪ আৰু অধিনায়ক মেগলেনিংছৰ ৭২ ৰাণৰ সহায়ত ২ উইকেটৰ বিনিময়ত ২২৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে নির্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই মাত্র

কোনো ছাত্র-ছাত্রী বিনামূলীয়া পাঠ্যপুথিৰ পৰা বঞ্চিত হ’লে শিক্ষা মন্ত্ৰীৰে যোগাযোগৰ আহ্বান

কোনো ছাত্র-ছাত্রী বিনামূলীয়া পাঠ্যপুথিৰ পৰা বঞ্চিত হ’লে শিক্ষা মন্ত্ৰীৰে যোগাযোগৰ আহ্বান

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কোনো ছাত্র-ছাত্রী শিক্ষা বিভাগে বিতৰণ কৰা বিনামূলীয়া পাঠ্যপুথিৰ পৰা বঞ্চিত হ’লে পোনপটীয়াকৈ তেওঁক জনাবলৈ আহ্বান জনাইছে। ছাত্র-ছাত্রীয়ে পাঠ্যপুথি লাভ কৰিছে নে নাই সেই দিশটো পিতৃ-মাতৃৰ লগতে সমাজ তথা বিদ্যালয় কর্তৃপক্ষই পর্যবেক্ষণ কৰা উচিত বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শনিবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বোন্দাত থকা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন

দেশৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিয়ে এই বছৰ ৭৫ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিবঃ পীযূষ গোৱেল

দেশৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিয়ে এই বছৰ ৭৫ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিবঃ পীযূষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে দেশৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিয়ে এই বছৰ ৭৫ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, যোৱা বছৰৰ ৰপ্তানিৰ পৰিমাণ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতে অতিক্ৰম কৰিছে। নতুন দিল্লীত ৰাইছিনা আলোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্থিৰতা আৰু গুণগত মানৰ ওপৰত গুৰুত্ব

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মোদী

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নাগালেণ্ড আৰু মেঘালয়ত মঙলবাৰে আৰু ত্ৰিপুৰাত বুধবাৰে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। নাগালেণ্ডত নতুন চৰকাৰ গঠনৰ নেচনেলিষ্ট ডেম’ক্রেটিক প্রগ্রেছিভ পার্টী, এন ডি পি পিৰ নেতা নেইফিউ ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই পূর্বে

ৰ’নাল্ডোৰে যৌন সম্পর্কৰ অভিযোগ ছিলিৰ মোহময়ী মডেলৰ

ৰ’নাল্ডোৰে যৌন সম্পর্কৰ অভিযোগ ছিলিৰ মোহময়ী মডেলৰ

ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সৈতে যৌন সম্পর্ক হোৱা বুলি দাবী কৰিছে ছিলিৰ মডেল ডেনিয়েলা ছাভেচে৷ তেওঁৰ হাতত হেনো এই ঘটনাৰ ভিডিঅ’ও আছে৷ আনকি লিঅ’নেল মেছিৰ বিৰুদ্ধেও অভিযোগ আনিছে ডেনিয়েলাই৷ পোনপটীয়াকৈ মেছিৰ নাম নক’লেও ইংগিতেৰে তেওঁ দাবী কৰিছে অন্য এগৰাকী মহিলাৰ সৈতে সম্পর্ক আছিল লিঅ’ৰ৷ টুইটত নিজৰ কথা ব্যক্ত কৰিছে ডেনিয়েলাই৷ সেই