এক মৰ্মান্তিক ঘটনা। মাতৃৰ মৃত্যুৰ কথা গম নোপোৱাকৈয়ে দুদিন ধৰি মাতৃৰ মৃতদেহৰ কাষতে শুই থকা অৱস্থাত উদ্ধাৰ হৈছে এটি ১১ বছৰীয়া শিশুক। ৪০ বছৰীয়া মৃত মাতৃগৰাকীৰ নাম আন্নাম্মা। ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল আৰু তেওঁৰ মুকবধিৰ আছিল। য়েল্লাম্মা মন্দিৰৰ সমীপৰ গংগানগৰত থকা তেওঁলোকৰ ভাড়াঘৰত টোপনিতে মৃত্যু হয় মহিলাগৰাকীৰ। স্বাস্থ্যজনিত জটিলতাৰ
Month: March 2023
হোজাইৰ ছাত্ৰী হোষ্টেলত ত্ৰাস চলোৱা নেকেডমেনক গ্ৰেপ্তাৰ ! হোজাই চহৰৰ গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি মহিলাৰ পোছাক চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অমৰ ৰাজকুমাৰ
নিউজ ব্যুৰ’,নগাঁও,৪মাৰ্চ:-নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে চলিত বৰ্ষতো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দৌল উৎসৱৰ । উল্লেখ্য যোগ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন
ফাঁচীবজাৰ সাধনা মন্দিৰ প্ৰাংগণত আয়োজিত ‘শ্যাম জয়ন্তী মহোৎসৱ’ত অংশগ্ৰহণ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ
🔷এডমিটৰ ফটোৰ সৈতে নিমিলিল পৰীক্ষাৰ্থী হৈ যোৱা বোৱাৰীৰ মুখমণ্ডল। 🔷আৰক্ষীয়ে আটক কৰিছে শাহু-বোৱাৰীক। 🔷বোৱাৰীগৰাকীক সোধ-পোচৰ অন্তত ওলাল উৰহীৰ ওৰ। 🔷কেন্দ্ৰটোৰ কৰ্তৃপক্ষই দুয়োৰে বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। 🔷এই ঘটনা ধেমাজিৰ পূৱ জীয়াধল হাইস্কুল পৰীক্ষা কেন্দ্ৰত।