Month: March 2023

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্রজোঁটে আশানুৰূপ ফলাফল লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যকেইখনৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে গণতন্ত্ৰ আৰু গণতান্ত্রিক প্ৰক্ৰিয়াৰ প্ৰতি জনতাৰ গভীৰ আস্থা

দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ কেতিয়াও ধনৰ অভাৱ নহয়

দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ কেতিয়াও ধনৰ অভাৱ নহয়

মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে। ( Religious Studies) দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি

স্বয়ং মহাদেৱো শনিদেৱৰ ক্ৰোধৰ পৰা সাৰিব নোঁৱাৰিলে

স্বয়ং মহাদেৱো শনিদেৱৰ ক্ৰোধৰ পৰা সাৰিব নোঁৱাৰিলে

জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসত শাস্তিৰ কৃতপক্ষ বুলি গণ্য কৰা হয়-শনিদেৱৰ বিষয়ে কোৱা হৈছে যে-যিয়েই খঙৰ বলি হয়,তেওঁ কেতিয়াও শনিৰ ক্ৰোধৰ পৰা সাৰিব নোঁৱাৰে।আনকি স্বয়ং দেৱাদিদেৱ মহাদেৱেও শনিদেৱৰ ক্ৰোধৰ পৰা হাত সাৰিব নোঁৱাৰিলে। ( Religious Studies ) হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু শাস্ত্ৰত ভগৱান শিৱক শনিদেৱৰ গুৰু বুলি বৰ্ণনা কৰা হৈছে।আৰু শনিদেৱৰ

অকলশৰীয়া নহয় নিকু কলিতা; ভূমিদান কৰিবলৈ আগবাঢ়ি আহিছে হৃদয়ৱান লোক

অকলশৰীয়া নহয় নিকু কলিতা; ভূমিদান কৰিবলৈ আগবাঢ়ি আহিছে হৃদয়ৱান লোক

শিলসাঁকোত উচ্ছেদ হোৱা কণমানি নিকক সহায় কৰিবলৈ আধা কঠা মাটি দিবলৈ সাজু সুৰেণ ৰাজবংশী। “উচ্ছেদ হোৱা কণমানি “নিক কলিতা ক কোনোবা সদাসয় ব্যক্তিয়ে যোগাযোগ কৰি দিলে মোৰ ফালৰ পৰা আধা কঠা মাটি দিব পাৰোঁ,” সামাজিক মাধ্যমত পোষ্টযোগে জনালে এই কথা সুৰেণ ৰাজবংশীয়ে। উল্লেখযোগ্য যে, ৰাজবংশী হৈছে গুৱাহাটী মহানগৰ কংগ্ৰেছ সমিতিৰ

মহিলাৰ টি-20 বিশ্বকাপ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

মহিলাৰ টি-20 বিশ্বকাপ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰিছে। দলটোৱে কেপটাউনৰ নিউলেণ্ডছত কালি অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৯ ৰানত পৰাস্ত কৰে। আফ্ৰিকাই ১৫৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। আফ্ৰিকাৰ হৈ ল’ৰা ৱোল্‌ৱাৰ্ডটে সৰ্বাধিক ৬১ ৰান কৰে।