পুনৰ বিতৰ্কত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়। এইবাৰ জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। মঙলবাৰে নিশা শিৱসাগৰত বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। মৰমৰ জুবিনক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ। ডেকা, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলোৰে অপেক্ষা জুবিনক
Month: March 2023
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতীৰ দৰে গৈ আছে; দুষ্টক দমন কৰিবলৈ তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ লৈছে: ৰূপজ্যোতি কুৰ্মী
শিলসাঁকোৰ উচ্ছেদস্হলীত অসম তৃণমূল কংগ্ৰেছ, উচ্ছেদিতৰ শীঘ্ৰে পুন: সংস্হাপনৰ দাবী গুৱাহাটী, ১ মাৰ্চ: অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দলে আজি মহানগৰীৰ উচ্ছেদিত এলেকা ভ্ৰমণ কৰি ভুক্তভোগীসকলৰ পৰিস্থিতিৰ বুজ লয়। দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অসহায় অৱস্হাৰ সন্মুখীন হোৱা একাংশৰ মাজত কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে।
নিউজ ব্যুৰ’,নগাঁও,২৮ফেব্ৰুৱাৰী:–কলংপাৰ শাখা, অসম বিজ্ঞান সমিতি আৰু নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত মংগলবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠিত কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি “গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান”(Global Science for Global Well-being)শীৰ্ষক বিষয়ত নগাঁও কলেজতে এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় । অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত
সম্পূর্ণ বিজ্ঞানসন্মতভাৱে আগবাঢ়িছে চাঞ্চল্যকৰ শংকৰী–অমৰজ্যোতি দে’ৰ নৃশংস হত্যাকাণ্ডৰ তদন্ত প্রক্রিয়া৷ তদন্ত সঠিক দিশত আগবঢ়াই নিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই মহানগৰ আৰক্ষীয়ে৷ উপযুক্ত প্রক্রিয়াৰে তদন্ত সম্পূর্ণ কৰিবলৈ ৰাজ্যৰ কেইবাগৰাকীও ফৰেনছিক বিশেষজ্ঞৰ লগতে দেশৰ আগশাৰীৰ ফৰেনছিক বিশেষজ্ঞ তথা অসম চৰকাৰৰ বিশেষ ফৰেনছিক পৰামর্শদাতা কেশৱ কুমাৰৰ পৰামর্শও গ্রহণ কৰিছে মহানগৰ আৰক্ষীয়ে৷ উল্লেখ্য যে