22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

”আজি গান গাবলৈ মন নাই” মঞ্চৰ পৰা নামি গ’ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ

Assamese News''আজি গান গাবলৈ মন নাই'' মঞ্চৰ পৰা নামি গ'ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ

পুনৰ বিতৰ্কত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে কৰা মন্তব্য বা আচৰণৰ বাবেই বিতৰ্কত থকা দেখা যায়। এইবাৰ জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

মঙলবাৰে নিশা শিৱসাগৰত বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। মৰমৰ জুবিনক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ। ডেকা, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলোৰে অপেক্ষা জুবিনক চাবলৈ।

গান গাবলৈ মঞ্চত উঠিল জুবিন। আৰম্ভ কৰিলে গান। কিন্তু দুই শাৰী গান গোৱাৰ পাছতেই মন নোযোৱা হ’ল জুবিনৰ। ক’লে– ”কেতিয়াবা কাৰোবাৰ গান গাবলৈ মন যায়, কেতিয়াবা মন নাযায়। আজি মোৰ মন নাই। বাই লাভ ইউ”। এনেকৈ কোৱাৰ পাছতেই মঞ্চৰ পৰা নামি গ’ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!